Assamese Bible Languages

Indian Language Bible Word Collections
Total 22 Verses, Selected Verse 17 / 22
  • তোমাৰ লগত চৰাই, ঘৰচীয়া পশু আৰু মাটিত বগাই ফুৰা উৰগ আদি কৰি সকলো জীৱিত প্রাণীকে জাহাজৰ পৰা উলিয়াই আনা; সেইবোৰে পৃথিৱীত সিহঁতৰ বংশ বৃদ্ধি কৰক আৰু বহুবংশ হৈ সংখ্যাত বাঢ়ি যাওক।”
Total 22 Verses, Selected Verse 17 / 22
×

Alert

×

Assamese Letters Keypad References