Assamese Bible Languages

Indian Language Bible Word Collections
Total 51 Verses, Selected Verse 31 / 51
  • ৰাতিয়েই ফৰৌণে মোচি আৰু হাৰোণক মাতি আনি ক’লে, “উঠা, তোমালোক আৰু ইস্ৰায়েলৰ সকলো লোক মোৰ প্ৰজাসকলৰ মাজৰ পৰা বাহিৰ হৈ যোৱা। তোমালোকে কোৱাৰ দৰেই যিহোৱাৰ আৰধনা কৰা।
Total 51 Verses, Selected Verse 31 / 51
×

Alert

×

Assamese Letters Keypad References