Assamese Bible Languages

Indian Language Bible Word Collections
Total 30 Verses, Selected Verse 1 / 30
  • {ওচৰ-চুবুৰীয়াক দয়া কৰিবলৈ আদেশ। } আপোনালোকে ইস্রায়েলীয়া কোনো ভাইৰ গৰু বা মেৰ-ছাগে বাট হেৰুৱাই অন্যফালে যোৱা দেখিলে, তালৈ অৱহেলা নকৰিব। আপোনালোকৰ ভাইৰ ওচৰলৈ অৱশ্যে তাক ওভটাই নিব।
Total 30 Verses, Selected Verse 1 / 30
×

Alert

×

Assamese Letters Keypad References