Assamese Bible Languages

Indian Language Bible Word Collections
Total 22 Verses, Selected Verse 2 / 22
  • যেতিয়া যোচেফ গৈ পালে, তেতিয়া কোনো এজনে আহি যাকোবক ক’লে, “চাওক, আপোনাৰ পুত্ৰ যোচেফে আপোনাক চাবলৈ ওচৰলৈ আহিছে।” তেতিয়া ইস্ৰায়েলে বল পালে আৰু শয্যাত উঠি বহিল।
Total 22 Verses, Selected Verse 2 / 22
×

Alert

×

Assamese Letters Keypad References