Assamese Bible Languages

Indian Language Bible Word Collections
Total 25 Verses, Selected Verse 17 / 25
  • কিন্তু ভাৱবাদীসকলৰ শিষ্যৰ দলটোৱে ইলীচাক মিনতি কৰি থকাত, তেওঁ লাজ পাই ক’লে, “ঠিক আছে, পঠাই দিয়া।” তাতে তেওঁলোকে পঞ্চাশজন লোকক পঠাই দিলে আৰু সেই পঞ্চাশজনে তিনি দিন ধৰি বিচৰা পাছতো এলিয়াক নাপালে।
Total 25 Verses, Selected Verse 17 / 25
×

Alert

×

Assamese Letters Keypad References