Assamese Bible Languages

Indian Language Bible Word Collections
Total 22 Verses, Selected Verse 22 / 22
  • মই আকৌ উপলব্ধি কৰিলোঁ যে, নিজৰ কাৰ্যত সন্তুষ্ট হোৱাৰ বাহিৰে মানুহৰ বাবে আন একোৱেই ভাল নাই; কিয়নো এয়ে মানুহৰ কার্য। কাৰণ মানুহৰ মৃত্যুৰ পাছত কি ঘটিব, তাক দেখুৱাবলৈ কোনে তেওঁক ঘূৰাই আনিব?।
Total 22 Verses, Selected Verse 22 / 22
×

Alert

×

Assamese Letters Keypad References