Assamese Bible Languages

Indian Language Bible Word Collections
IRVAS
1. {দায়ূদে ফিলিষ্টীয়া সৈন্যসামন্তৰ লগ লোৱা। চৌলে এজনী ভূত পোহা তিৰোতাৰ ওচৰলৈ যোৱা। } সেই সময়ত পলেষ্টীয়া লোকসকলে ইস্ৰায়েলৰ সৈতে যুদ্ধ কৰাৰ অভিপ্ৰায়েৰে তেওঁলোকে সৈন্য-সামন্ত গোটাবলৈ ধৰিলে। তাতে আখীচে দায়ূদক ক’লে, “তুমি আৰু তোমাৰ লোকসকলে সৈন্যসামন্তৰ মাজত মোৰ লগত যাব লাগিব, ইয়াকে নিশ্চয়ে জানিবা।”



KJV

AMP

KJVP

YLT

ASV

WEB

NASB

ESV

RV

RSV

NKJV

MKJV

AKJV

NRSV

NIV

NIRV

NLT

MSG

GNB

NET

ERVEN



Total 25 Verses, Selected Verse 1 / 25
  • {দায়ূদে ফিলিষ্টীয়া সৈন্যসামন্তৰ লগ লোৱা। চৌলে এজনী ভূত পোহা তিৰোতাৰ ওচৰলৈ যোৱা। } সেই সময়ত পলেষ্টীয়া লোকসকলে ইস্ৰায়েলৰ সৈতে যুদ্ধ কৰাৰ অভিপ্ৰায়েৰে তেওঁলোকে সৈন্য-সামন্ত গোটাবলৈ ধৰিলে। তাতে আখীচে দায়ূদক ক’লে, “তুমি আৰু তোমাৰ লোকসকলে সৈন্যসামন্তৰ মাজত মোৰ লগত যাব লাগিব, ইয়াকে নিশ্চয়ে জানিবা।”
Total 25 Verses, Selected Verse 1 / 25
×

Alert

×

Assamese Letters Keypad References