Assamese Bible Languages

Indian Language Bible Word Collections
Total 26 Verses, Selected Verse 26 / 26
  • যি কোনোৱে নিৰ্দ্দোষীক বধ কৰিবলৈ ভেঁটি খাব, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’ যি কোনোৱে এই নিয়মৰ কথাবোৰ পালন কৰিবলৈ অস্বীকাৰ কৰিব, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’
Total 26 Verses, Selected Verse 26 / 26
×

Alert

×

Assamese Letters Keypad References