Assamese Bible Languages

Indian Language Bible Word Collections
Total 33 Verses, Selected Verse 19 / 33
  • পাছত ইলীচাই অৰামীয়াসকলক ক’লে, “এইটো সেই বাট নহয় আৰু সেই নগৰো নহয়। আপোনালোক মোৰ পাছে পাছে আহঁক, আপোনালোকে যাক বিচাৰিছে, মই সেই মানুহৰ ওচৰলৈ আপোনালোকক লৈ যাম।” এইবুলি তেওঁ তেওঁলোকক চমৰিয়ালৈ লৈ গ’ল।
Total 33 Verses, Selected Verse 19 / 33
×

Alert

×

Assamese Letters Keypad References