Assamese Bible Languages

Indian Language Bible Word Collections
Total 23 Verses, Selected Verse 2 / 23
  • চমূৱেলে ক’লে, “মই কেনেকৈ যাম? চৌলে যদি এই কথা শুনে, তেন্তে তেওঁ মোক বধ কৰিব।” যিহোৱাই ক’লে, “তুমি এজনী চেঁউৰী গৰু লগত লৈ যোৱা, আৰু ক’বা, মই যিহোৱাৰ উদ্দেশে বলিদান কৰিবলৈ আহিছোঁ।”
Total 23 Verses, Selected Verse 2 / 23
×

Alert

×

Assamese Letters Keypad References