Assamese Bible Languages

Indian Language Bible Word Collections
Total 29 Verses, Selected Verse 1 / 29
  • {আহাবে নাবোতক বধ কৰি তেওঁৰ দ্ৰাক্ষাবাৰী অধিকাৰ কৰা। } তাৰ পাছত এনে ঘটনা ঘটিল যে, যিজ্ৰিয়েলীয়া নাবোতৰ এখন দ্ৰাক্ষাবাৰী আছিল; আৰু সেই দ্রাক্ষাবাৰী যিজ্ৰিয়েলত চমৰিয়াৰ ৰজা আহাবৰ ৰাজ গৃহৰ ওচৰতে আছিল।
Total 29 Verses, Selected Verse 1 / 29
×

Alert

×

Assamese Letters Keypad References