Assamese Bible Languages

Indian Language Bible Word Collections
Total 12 Verses, Selected Verse 10 / 12
1 2 3 4 5 6 7 8 9 10 11 12
  • সেয়ে, তেওঁলোকে যিহোৱাৰ চন্দুক ইক্ৰোণলৈ পঠালে। কিন্তু যিহোৱাৰ চন্দুক ইক্ৰোণলৈ অহাৰ পাছত, ইক্ৰোণীয়া সকলে চিঞৰি ক’লে, “আমাৰ মানুহবোৰক বধ কৰিবৰ বাবে তেওঁলোকে আমাৰ ওচৰলৈ ইস্ৰায়েলৰ ঈশ্বৰৰ নিয়ম-চন্দুক আনিলে।”
Total 12 Verses, Selected Verse 10 / 12
1 2 3 4 5 6 7 8 9 10 11 12
×

Alert

×

Assamese Letters Keypad References