Assamese Bible Languages

Indian Language Bible Word Collections
Total 56 Verses, Selected Verse 22 / 56
  • {#1ধুমুহা বতাহক শান্ত কৰা } পাছত এদিন § মথি 8:23-34; মার্ক 4:35-41:20 যীচুৱে শিষ্যবোৰৰ সৈতে এখন নাৱত উঠি, তেওঁলোকক ক’লে, “আহা, আমি সৰোবৰৰ সিপাৰলৈ যাওঁ।”SCJ. তেতিয়া তেওঁলোকে নাও মেলি সিপাৰলৈ গ’ল।
Total 56 Verses, Selected Verse 22 / 56
×

Alert

×

Assamese Letters Keypad References