Assamese Bible Languages

Indian Language Bible Word Collections
Total 22 Verses, Selected Verse 3 / 22
  • সেইবাবে মই চিটীম কাঠৰ এটা চন্দুক সাজিছিলোঁ আৰু আগৰ দৰেই শিলৰ দুখন ফলি কাটি লৈছিলোঁ; তাৰ পাছত ফলি দুখন হাতত লৈ পৰ্বতৰ ওপৰলৈ উঠি গ’লো।
Total 22 Verses, Selected Verse 3 / 22
×

Alert

×

Assamese Letters Keypad References