Assamese Bible Languages

Indian Language Bible Word Collections
Total 38 Verses, Selected Verse 14 / 38
  • কেইজনমান সৈনিকেও তেওঁক সুধিলে, “আৰু আমাৰ বিষয়েনো কি হ’ব? আমি কি কৰিম?” তেওঁ তেওঁলোকক ক’লে, “বলেৰে কাৰো পৰা ধন নলব। কাকো মিছাকৈ দোষাৰোপ নকৰিব। আপোনালোকৰ যি বেতন তাতে সন্তুষ্ট হৈ থাকিব।”
Total 38 Verses, Selected Verse 14 / 38
×

Alert

×

Assamese Letters Keypad References