Assamese Bible Languages

Indian Language Bible Word Collections
Total 14 Verses, Selected Verse 6 / 14
1 2 3 4 5 6 7 8 9 10 11 12 13 14
  • ভোজত যেতিয়া দ্রাক্ষাৰস বাকি দিয়া হ’ল, তেতিয়া ৰজাই ইষ্টেৰক সুধিলে, “তোমাৰ আবেদন কি? তোমাৰ বাবে সেই আবেদন গ্ৰহণ কৰা হ’ব; আৰু তোমাৰ প্রাৰ্থনা কি? ৰাজ্যৰ আধা অংশও যদি তোমাক লাগে, তেনেহ’লে তাক সিদ্ধ কৰা হ’ব।
Total 14 Verses, Selected Verse 6 / 14
1 2 3 4 5 6 7 8 9 10 11 12 13 14
×

Alert

×

Assamese Letters Keypad References