Assamese Bible Languages

Indian Language Bible Word Collections
Total 21 Verses, Selected Verse 1 / 21
1 2 3 4 5 6 7 8 9
  • {#1যিহূদাত যোৱাচৰ শাসন কাল } ইস্রায়েলত যেহূৰ ৰাজত্বৰ সপ্তম বছৰত যোৱাচ ৰজা হৈছিল আৰু তেওঁ যিৰূচালেমত চল্লিশ বছৰ কাল ৰাজত্ব কৰিছিল। তেওঁৰ মাকৰ নাম আছিল চিবিয়া; তেওঁ বেৰ-চেবা নগৰৰ নিবাসী আছিল।
Total 21 Verses, Selected Verse 1 / 21
1 2 3 4 5 6 7 8 9
×

Alert

×

Assamese Letters Keypad References