Assamese Bible Languages

Indian Language Bible Word Collections
Total 25 Verses, Selected Verse 1 / 25
  • {চমূৱেলৰ বিদায়-বক্তৃতা। } চমূৱেলে ইস্ৰায়েলৰ লোকসকলক ক’লে, “চোৱা, তোমালোকে মোক যি যি কৈছিলা, সেই সকলো কথা মই শুনিলো, সেয়ে তোমালোকৰ কাৰণে এজন ৰজা পাতি দিলোঁ।
Total 25 Verses, Selected Verse 1 / 25
×

Alert

×

Assamese Letters Keypad References