Assamese Bible Languages

Indian Language Bible Word Collections
Total 10 Verses, Selected Verse 9 / 10
1 2 3 4 5 6 7 8 9 10
  • এতিয়া যিহোচূৱাৰ আগত মই স্থাপন কৰা শিলটোলৈ চোৱা। এইটো শিলৰ ওপৰতেই সাতোটা চকু ৰখা হৈছে’, বাহিনীসকলৰ যিহোৱাই কৈছে, ‘চোৱা, মই তাৰ উপযুক্ত শিলালিপি খোদিত কৰিম, ‘আৰু এই দেশৰ পাপসমূহ একেদিনাই মচি পেলাম’।
Total 10 Verses, Selected Verse 9 / 10
1 2 3 4 5 6 7 8 9 10
×

Alert

×

Assamese Letters Keypad References