Assamese Bible Languages

Indian Language Bible Word Collections
Total 35 Verses, Selected Verse 1 / 35
  • ইফ্ৰয়িম ফৈদৰ লোকসকলে গিদিয়োনক সুধিলে, “আপুনি আমাৰ লগত কিয় এনে ব্যৱহাৰ কৰিলে? মিদিয়নীয়াৰ সৈতে যুদ্ধ কৰিবলৈ যোৱাৰ সময়ত আপুনি আমাক নামাতিলে।” এইদৰে তেওঁলোকে গিদিয়োনৰ সৈতে বিবাদ কৰিবলৈ ধৰিলে।
Total 35 Verses, Selected Verse 1 / 35
×

Alert

×

Assamese Letters Keypad References