Assamese Bible Languages

Indian Language Bible Word Collections
Total 44 Verses, Selected Verse 42 / 44
  • যেতিয়া ৰাতিপুৱা হ’ল, যীচু ওলাই আহি এক নির্জন ঠাইলৈ গ’ল। তাতে জনতাৰ এটা বৃহৎ দলে তেওঁক বিচাৰি আহি তেওঁৰ ওচৰ পালে আৰু তেওঁলোকৰ ওচৰৰ পৰা তেওঁ আতৰি নাযাবৰ বাবে তেওঁক ধৰি ৰাখিবলৈ চেষ্টা কৰিলে।
Total 44 Verses, Selected Verse 42 / 44
×

Alert

×

Assamese Letters Keypad References