Assamese Bible Languages

Indian Language Bible Word Collections
Total 14 Verses, Selected Verse 2 / 14
1 2 3 4 5 6 7 8 9 10 11 12 13 14
  • দম্মেচক বিষয়ক ভাৰবাক্য। চোৱা, দম্মেচক আৰু নগৰ হৈ নাথাকিব; ই ধ্বংসৰ স্তূপ হ’ব। অৰোয়েৰৰ নগৰবোৰ পৰিত্যক্ত হ’ব; সেইবোৰ মেৰ-ছাগৰ জাকৰ বাবে শোৱা ঠাই হ’ব; আৰু কোনোৱে সিহঁতক ভয় নকৰিব।
Total 14 Verses, Selected Verse 2 / 14
1 2 3 4 5 6 7 8 9 10 11 12 13 14
×

Alert

×

Assamese Letters Keypad References