Assamese Bible Languages

Indian Language Bible Word Collections
Total 26 Verses, Selected Verse 19 / 26
  • তথাপি ঈশ্বৰে স্থাপন কৰা দৃঢ় ভিত্তিমূল থিৰে থাকে আৰু তাৰ ওপৰত এই কথা মোহৰ মৰা আছে, বোলে- “প্ৰভুৱে তেওঁৰ লোক সকলক জানে,”* গণ 16:5; নহূ 1:7; যো 10:14৷ আৰু “যি কোনোৱে প্ৰভুৰ নাম লয়, তেওঁ অধার্মিকতাৰ পৰা দূৰ হওক।” † গণ 16:21; যি 52:11৷
Total 26 Verses, Selected Verse 19 / 26
×

Alert

×

Assamese Letters Keypad References