Assamese Bible Languages

Indian Language Bible Word Collections
Total 28 Verses, Selected Verse 1 / 28
  • {#1অমচিয়াৰ ৰাজত্ব৷ তেওঁৰ দেৱপূজা আৰু যুদ্ধ৷ } অমচিয়াই পঁচিশ বছৰ বয়সত ৰাজপদ লৈ যিৰূচালেমত ঊনত্ৰিশ বছৰ ৰাজত্ব কৰিলে৷ তেওঁৰ মাতৃ যিৰূচালেম-নিবাসিনী যিহোৱাদ্দন আছিল।
Total 28 Verses, Selected Verse 1 / 28
×

Alert

×

Assamese Letters Keypad References