Assamese Bible Languages

Indian Language Bible Word Collections
Total 34 Verses, Selected Verse 11 / 34
  • থিচলনীকিৰ লোক সকলতকৈ বিৰয়াৰ লোক সকল উদাৰ মনোভাৱাপন্ন আছিল। তেওঁলোকে অতি আগ্রহেৰে বাক্য শুনি গ্রহণ কৰিলে আৰু সত্যতা জানিবলৈ প্রতিদিনে শাস্ত্ৰৰ বাক্য অনুসন্ধান কৰিলে।
Total 34 Verses, Selected Verse 11 / 34
×

Alert

×

Assamese Letters Keypad References