Assamese Bible Languages

Indian Language Bible Word Collections
Total 29 Verses, Selected Verse 28 / 29
  • আৰু মোচিয়ে হাৰোণৰ বস্ত্ৰ সোলোকাই তেওঁৰ পুত্ৰ ইলিয়াজৰক পিন্ধালে। আৰু হাৰোণ সেই পৰ্ব্বতৰ টিঙত থকা ঠাইতে মৰিল। পাছে মোচি আৰু ইলিয়াজৰ পৰ্ব্বতৰ পৰা নামি আহিল।
Total 29 Verses, Selected Verse 28 / 29
×

Alert

×

Assamese Letters Keypad References