Assamese Bible Languages

Indian Language Bible Word Collections
Total 43 Verses, Selected Verse 6 / 43
  • তেতিয়া ৰাহেলে ক’লে, “ঈশ্বৰে মোৰ কথা শুনি সুবিচাৰ কৰিলে। তেওঁ নিশ্চয়কৈ মোৰ কাকুতি শুনিলে আৰু মোক এটি পুত্ৰ দিলে।” সেয়ে তেওঁ সেই পুত্রৰ নাম দান ৰাখিলে।
Total 43 Verses, Selected Verse 6 / 43
×

Alert

×

Assamese Letters Keypad References