Assamese Bible Languages

Indian Language Bible Word Collections
Total 27 Verses, Selected Verse 19 / 27
  • কাৰণ ফৰৌণৰ ৰথ আৰু অশ্বাৰোহীৰ সৈতে ঘোঁৰাবোৰ সমুদ্ৰৰ মাজত সোমাল। যিহোৱাই সমুদ্ৰৰ জল তেওঁলোকৰ ওপৰলৈ উভটাই আনিলে। কিন্তু ইস্ৰায়েলী লোকসকল হ’লে, সমুদ্ৰৰ মাজেদি শুকান বাটেদি গুছি গ’ল।
Total 27 Verses, Selected Verse 19 / 27
×

Alert

×

Assamese Letters Keypad References