Assamese Bible Languages

Indian Language Bible Word Collections
Total 56 Verses, Selected Verse 8 / 56
  • কিন্তু কিছুমান বীজ ভাল মাটিত পৰিল, তাতে সেইবোৰ গজালি মেলি গছ হৈ বাঢ়ি এশ গুণ গুটি ধৰিলে৷”SCJ. এইবোৰ কথা কোৱাৰ পাছত, তেওঁ বৰ মাতেৰে ক’লে, “যি জনৰ শুনিবলৈ কাণ আছে, তেওঁ শুনক৷”SCJ.
Total 56 Verses, Selected Verse 8 / 56
×

Alert

×

Assamese Letters Keypad References