Assamese Bible Languages

Indian Language Bible Word Collections
Total 33 Verses, Selected Verse 11 / 33
  • কিন্তু যদি পুৰোহিতে ধন দি কোনো লোকক কিনি লয়, তেন্তে তেওঁ যিহোৱাৰ বাবে ৰখা অংশৰ পৰা ভোজন কৰিব পাৰিব; আৰু তেওঁৰ ঘৰৰ উপজা লোকসকল আৰু চাকৰসকলেও তেওঁৰ সৈতে আহাৰ খাব পাৰিব।
Total 33 Verses, Selected Verse 11 / 33
×

Alert

×

Assamese Letters Keypad References