Assamese Bible Languages

Indian Language Bible Word Collections
Total 32 Verses, Selected Verse 1 / 32
  • তাৰ পাছত দায়ূদে যিহোৱাক সুধিলে আৰু ক’লে, “মই যিহূদাৰ কোনো এখন নগৰলৈ উঠি যাম নে?” তাতে যিহোৱাই তেওঁক ক’লে, “উঠি যোৱা।” দায়ূদে সুধিলে, “মই কোন খন নগৰলৈ যাব লাগিব?” যিহোৱাই উত্তৰ দি ক’লে, “হিব্ৰোণলৈ।”
Total 32 Verses, Selected Verse 1 / 32
×

Alert

×

Assamese Letters Keypad References