Assamese Bible Languages

Indian Language Bible Word Collections
Total 31 Verses, Selected Verse 12 / 31
  • {#1বিচাৰকর্তা এহূদ } ইস্ৰায়েলৰ সন্তান সকলে যিহোৱাৰ সাক্ষাতে পুনৰায় কু-আচৰণ কৰি তেওঁৰ অবাধ্য হ’ল। ইস্রায়েলে কৰা দুষ্টতাৰ কার্যবোৰ দেখা পাই যিহোৱাই তেওঁলোকৰ অহিতে মোৱাবৰ ৰজা ইগ্লোনক শক্তিশালী কৰি তুলিলে।
Total 31 Verses, Selected Verse 12 / 31
×

Alert

×

Assamese Letters Keypad References