Assamese Bible Languages

Indian Language Bible Word Collections
Total 25 Verses, Selected Verse 6 / 25
  • তাৰ পাছত এলিয়াই ইলীচাক ক’লে, “তুমি ইয়াতে থাকা; কিয়নো যিহোৱাই মোক যৰ্দ্দনলৈ পঠাইছে।” ইলীচাই উত্তৰ দিলে, “যিহোৱাৰ শপত আৰু আপোনাৰ প্ৰাণৰ শপত, মই আপোনাক এৰি নাযাওঁ।” সেয়ে তেওঁলোক দুয়ো যাবলৈ ধৰিলে।
Total 25 Verses, Selected Verse 6 / 25
×

Alert

×

Assamese Letters Keypad References