Assamese Bible Languages

Indian Language Bible Word Collections
Total 37 Verses, Selected Verse 30 / 37
  • যোচিয়াৰ দাসবোৰে তেওঁৰ শৱটো ৰথত তুলি মগিদ্দোৰ পৰা যিৰূচালেমলৈ লৈ আনিলে আৰু তেওঁৰ নিজৰ মৈদামনিত মৈদাম দিলে। পাছত দেশৰ লোকসকলে যোচিয়াৰ পুত্ৰ যিহোৱাহজক অভিষেক কৰি তেওঁৰ পিতৃৰ পদত ৰজা পাতিলে।
Total 37 Verses, Selected Verse 30 / 37
×

Alert

×

Assamese Letters Keypad References