Assamese Bible Languages

Indian Language Bible Word Collections
Total 37 Verses, Selected Verse 31 / 37
  • তেতিয়া কোনো এজনে দায়ূদক ক’লে, “অবচালোমৰ লগত চক্ৰান্তকাৰীবোৰৰ মাজত অহীথোফলো আছে।” তাতে দায়ূদে প্ৰার্থনা কৰি ক’লে, ‘হে যিহোৱা, মই বিনয় কৰোঁ, অহীথোফলৰ মন্ত্ৰণা মূৰ্খৰ মন্ত্ৰণা কৰক।’
Total 37 Verses, Selected Verse 31 / 37
×

Alert

×

Assamese Letters Keypad References