Assamese Bible Languages

Indian Language Bible Word Collections
Total 50 Verses, Selected Verse 1 / 50
  • {#1বিশ্ৰামবাৰৰ বিষয়ে শিক্ষা } এদিন বিশ্ৰামবাৰে শিষ্য সকলৰ সৈতে যীচু শস্যক্ষেত্ৰৰ মাজেদি গৈ আছিল। সেই সময়ত তেওঁৰ শিষ্য সকলৰ ভোক লাগিছিল বাবে তেওঁলোকে শস্যৰ থোক ছিঙি ছিঙি খাইছিল।
Total 50 Verses, Selected Verse 1 / 50
×

Alert

×

Assamese Letters Keypad References