Assamese Bible Languages

Indian Language Bible Word Collections
Total 44 Verses, Selected Verse 38 / 44
  • যীচু নাম-ঘৰৰ পৰা ওলাই চিমোনৰ ঘৰলৈ গ’ল। তাতে চিমোনৰ শাহুয়েক ভীষণ জ্বৰত কষ্ট পাই আছিল। তেওঁক সুস্থ কৰিবৰ কাৰণে তেওঁলোকে যীচুক অনুৰোধ কৰিলে।
Total 44 Verses, Selected Verse 38 / 44
×

Alert

×

Assamese Letters Keypad References