Assamese Bible Languages

Indian Language Bible Word Collections
Total 40 Verses, Selected Verse 19 / 40
  • তাৰ পাছত ইস্ৰায়েলী লোকসকলে ইমোৰীয়াসকলৰ ৰজা চীহোন, যিজনে হিচবোনত ৰাজত্ব কৰিছিল, তেওঁৰ ওচৰলৈ মানুহ পঠিয়াই ক’লে “অনুগ্রহ কৰি আপোনালোকৰ দেশৰ মাজেদি আমাক আমি যাব লগা ঠাইলৈ যাব দিয়ক।”
Total 40 Verses, Selected Verse 19 / 40
×

Alert

×

Assamese Letters Keypad References