Assamese Bible Languages

Indian Language Bible Word Collections
Total 25 Verses, Selected Verse 1 / 25
  • {#1বিশ্বাসৰ পক্ষে প্ৰাণপণ কৰিবলৈ নিবেদন } যিহূদা, যীচু খ্ৰীষ্টৰ এজন দাস আৰু যাকোবৰ ভাই; পিতৃ ঈশ্বৰত যি সকল প্ৰিয়পাত্ৰ আৰু যি সকল যীচু খ্ৰীষ্টৰ কাৰণে ৰক্ষিত* 1 পি 1:5 আছে, সেই আমন্ত্ৰিত লোক সকলৰ সমীপলৈ:
Total 25 Verses, Selected Verse 1 / 25
×

Alert

×

Assamese Letters Keypad References