Assamese Bible Languages

Indian Language Bible Word Collections
Total 22 Verses, Selected Verse 3 / 22
  • মোচিয়ে লোকসকলক ক’লে, “তোমালোকে বন্দী-ঘৰস্বৰূপ মিচৰৰ পৰা ওলাই অহা এই দিন সোঁৱৰণ কৰিবা; কাৰণ যিহোৱাই তেওঁৰ বাহু-বলেৰে আপোনালোকক সেই ঠাইৰ পৰা উলিয়াই আনিলে। খমীৰ দিয়া পিঠা আৰু ভোজন কৰা নহব।
Total 22 Verses, Selected Verse 3 / 22
×

Alert

×

Assamese Letters Keypad References