Assamese Bible Languages

Indian Language Bible Word Collections
Total 30 Verses, Selected Verse 2 / 30
  • দায়ূদে যোৱাবক আৰু সৈন্যৰ অধিকাৰী সকলক ক’লে, “যোৱা, তোমালোকে বেৰ-চেবাৰ পৰা দানলৈকে ইস্ৰায়েল লোকসকলক গণনা কৰা আৰু ঘূৰি আহি মোক বিৱৰণ দিবা, যাতে মই তেওঁলোকৰ সংখ্যা জানিব পাৰোঁ।”
Total 30 Verses, Selected Verse 2 / 30
×

Alert

×

Assamese Letters Keypad References