Assamese Bible Languages

Indian Language Bible Word Collections
Total 25 Verses, Selected Verse 1 / 25
  • {#1ইস্ৰায়েলৰ ৰজা যিহোৱাহজ } যিহূদাৰ ৰজা অহজিয়াৰ পুত্ৰ যোৱাচৰ ৰাজত্বৰ তেইশ বছৰৰ সময়ত যেহূৰ পুত্ৰ যিহোৱাহজ চমৰিয়াত ইস্ৰায়েলৰ ৰজা হ’ল। তেওঁ সোঁতৰ বছৰ ৰাজত্ব কৰিছিল।
Total 25 Verses, Selected Verse 1 / 25
×

Alert

×

Assamese Letters Keypad References