Assamese Bible Languages

Indian Language Bible Word Collections
Total 23 Verses, Selected Verse 6 / 23
  • {#1ইস্রায়েলৰ অবাধ্যতা আৰু পৰাজয় } যিহোচূৱাই ইস্ৰায়েলৰ সন্তান সকলক নিজৰ নিজৰ ঠাইলৈ পঠিয়াই দিলে। সেইদৰে তেওঁলোক প্রত্যেকেই যাক যি ভাগ দিয়া হ’ল, সেই ঠাইৰ আধিপত্য লবলৈ গ’ল।
Total 23 Verses, Selected Verse 6 / 23
×

Alert

×

Assamese Letters Keypad References