Assamese Bible Languages

Indian Language Bible Word Collections
Total 44 Verses, Selected Verse 16 / 44
  • সেয়ে বন্দীত্বৰ পৰা অহা লোকসকলে এই কাৰ্য কৰিলে। নিৰ্বাচিত ব্যক্তি ইজ্ৰা পুৰোহিত, তেওঁলোকৰ বংশৰ জাতি আৰু গৃহত থকা মূখ্য লোকসকল, তেওঁলোকৰ নাম অনুযায়ী দশম মাহৰ প্ৰথম দিনা সেই বিষয়ে বিচাৰ কৰিবলৈ বহিল।
Total 44 Verses, Selected Verse 16 / 44
×

Alert

×

Assamese Letters Keypad References