Assamese Bible Languages

Indian Language Bible Word Collections
Total 25 Verses, Selected Verse 3 / 25
  • বৈৎএলত থকা শিষ্য ভাববাদীসকলৰ এটা দলে ইলীচাৰ ওচৰলৈ আহি ক’লে, “যিহোৱাই যে আজি আপোনাৰ গুৰুক আপোনাৰ ওচৰৰ পৰা লৈ যাব, সেই বিষয়ে আপুনি জানেনে?” ইলীচাই উত্তৰ দিলে, “হয়, মই জানো; কিন্তু তোমালোকে এই বিষয়ে একোকে নকবা।”
Total 25 Verses, Selected Verse 3 / 25
×

Alert

×

Assamese Letters Keypad References