Assamese Bible Languages

Indian Language Bible Word Collections
Total 13 Verses, Selected Verse 12 / 13
1 2 3 4 5 6 7 8 9 10 11 12 13
  • কিয়নো এতিয়া আমি দৰ্পণত দেখাৰ দৰে, অস্পষ্টকৈ দেখিছোঁ; কিন্তু তেতিয়া মূখা-মূখিকৈ দেখিম। এতিয়া মোৰ জ্ঞান খণ্ডমাত্ৰ; কিন্তু তেতিয়া, মই যেনেকৈ সম্পূৰ্ণকৈ জনা হ’লোঁ, তেনেকৈ সম্পূৰ্ণ ৰূপত জানিম।
Total 13 Verses, Selected Verse 12 / 13
1 2 3 4 5 6 7 8 9 10 11 12 13
×

Alert

×

Assamese Letters Keypad References