Assamese Bible Languages

Indian Language Bible Word Collections
Total 34 Verses, Selected Verse 14 / 34
  • আৰু যদি কোনো লোকে তেওঁৰ ঘৰ যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ হবলৈ ইচ্ছা কৰে, তেন্তে সেই ঘৰ ভাল বেয়া বিবেচনা কৰি পুৰোহিতে তাৰ মূল্য স্থিৰ কৰিব। পুৰোহিতে নিৰূপণ কৰাৰ দৰে তাৰ মূল্য স্থিৰ হ’ব।
Total 34 Verses, Selected Verse 14 / 34
×

Alert

×

Assamese Letters Keypad References