Assamese Bible Languages

Indian Language Bible Word Collections
Total 23 Verses, Selected Verse 13 / 23
  • এইদৰে দায়ুদ আৰু তেওঁৰ লোকসকল বাটেদি গৈ আছিল আৰু সেই চিমিয়ীয়েও তেওঁৰ সন্মুখৰ পৰ্ব্বতৰ কাষেদি, শাও দি দি তেওঁলৈ শিল মাৰি মাৰি আৰু মাটি দলিয়াই গৈ আছিল।
Total 23 Verses, Selected Verse 13 / 23
×

Alert

×

Assamese Letters Keypad References