Assamese Bible Languages

Indian Language Bible Word Collections
Total 36 Verses, Selected Verse 3 / 36
  • যিৰূচালেমত বাস কৰা প্রাদেশীক বিষয়া সকল এওঁলোক। যি কি নহওক, যিহূদাৰ নগৰ বোৰত থকা প্রতিজন লোক আৰু তেওঁলোকৰ লগত ইস্ৰায়েলী লোক, পুৰোহিত, লেবীয়া, মন্দিৰৰ দাস, আৰু চলোমনৰ দাস সকলৰ বংশধৰ সকলে নিজৰ দেশত বাস কৰিলে।
Total 36 Verses, Selected Verse 3 / 36
×

Alert

×

Assamese Letters Keypad References