Assamese Bible Languages

Indian Language Bible Word Collections
Total 28 Verses, Selected Verse 1 / 28
  • {ইস্ৰায়েল জাতিক পুনৰায় জীউৱা। } পাছত যিহোৱাৰ হাত মোৰ ওপৰত অৰ্পিত হ’ল, আৰু যিহোৱাই নিজ আত্মাৰে মোক লৈ গৈ উপত্যকাটিৰ মাজত থলে। সেই উপত্যকা হাড়েৰে পৰিপূৰ্ণ আছিল।
Total 28 Verses, Selected Verse 1 / 28
×

Alert

×

Assamese Letters Keypad References